Social Group Cards
Join Our WhatsApp Group
Join Now
Join Our Telegram Group
Join Now

Happy New Year 2025 Wishes in Assamese | নতুন বছৰৰ শুভেচ্ছা বাণী

Happy New Year 2025 images

Happy New Year Wishes in Assamese

১.আপোনাসবলৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনালো ।

২. নতুন বছৰটিয়ে তোমাৰ জীৱনলৈ নতুন সফলতা কঢ়িয়াই আনে তাৰে কামনা কৰিলো ।

৩. নতুন বৰ্ষ 2025 য়ে তোমাৰ জীৱনলৈ বহুত বহুত সুখ-শান্তি  কঢ়িয়াই আনে তাৰে কামনা কৰিলো ।

৪. তোমালৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷  তাৰেই কামনাৰে HAPPY NEW YEAR 2025.

৫.  আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা আৰু মৰম  জ্ঞাপন কৰিছো – Wish you a very happy new year 2025.

৬. আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

৭. আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ ইংৰাজী নববৰ্ষ 2025 চনৰ আগতীয়াকৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷

৮. অনাগত দিনবোৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ ,শান্তি আনন্দৰ বতৰা,