Social Group Cards
Join Our WhatsApp Group
Join Now
Join Our Telegram Group
Join Now

সাধাৰণ জ্ঞানৰ কুইজ 2025

সাধাৰণ জ্ঞানৰ কুইজ

  1. প্রশ্ন: কোন অনা ভাৰতীয় (ব্ৰিটিছ) নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
    উত্তৰ: এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)।
  2. প্রশ্ন: ‘ফাডাৰ অৱ মডার্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?
    উত্তৰ: ৰাজা ৰামমোহন ৰায়।
  3. প্রশ্ন: কাৰ সন্মানার্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of India) নিৰ্মাণ কৰা হৈছিল?
    উত্তৰ: ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰত আগমনৰ প্রাকমূহুর্ত্তত (১৯১১ চনত)।
  4. প্রশ্ন: প্রথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয় কোন?
    উত্তৰ: টেনজিং নর্গে।
  5. প্রশ্ন: প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?
    উত্তৰ: আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।
  6. প্রশ্ন: প্ৰথম কোন মহিলাই ‘ভাৰতরত্ব’ উপাধি লাভ কৰিছিল?
    উত্তৰ: ইন্দিৰা গান্ধী (১৯৭২ চন)।
  7. প্রশ্ন: ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম অধিবেশনৰ সভাপতি কোন আছিল?
    উত্তৰ: এছ. শ্রীনিবাস আয়েঙ্গার।
  8. প্রশ্ন: উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল?
    উত্তৰ: ফাতেমা বিবি।
  9. প্রশ্ন: ৰাষ্ট্ৰীয় সংগীত ‘জনগন মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল?
    উত্তৰ: ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভারতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত।
  10. প্রশ্ন: ভাৰতৰ প্রথম আইন মন্ত্রী কোন আছিল?
    উত্তৰ: বাবা চাহেব ভীমৰাও আম্বেদকাৰ (বি. আৰ. আম্বেদকাৰ)।
  11. প্রশ্ন: ভাৰতীয় ৰেলৰ আটাইতকৈ দীর্ঘযাত্ৰাৰ ৰেলখনৰ নাম কি?
    উত্তৰ: হিম সাগর এক্সপ্ৰেছ (জন্মৰ পৰা কন্যাকুমাৰীলৈ)।
  12. প্রশ্ন: কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে?
    উত্তৰ: ১৯১১ চনত।
  13. প্রশ্ন: কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে?
    উত্তৰ: ৰাষ্ট্ৰপতিয়ে।
  14. প্রশ্ন: ভাৰতৰ প্রথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
    উত্তৰ: চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।
  15. প্রশ্ন: ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্রথম ব্যক্তিজন কোন?
    উত্তৰ: বিষ্ণুৰাম মেধি (তামিনাডুৰ)।
  16. প্রশ্ন: অসমৰ একমাত্র মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
    উত্তৰ: ছৈয়দা আনোৱাৰা টাইমূৰ।
  17. প্রশ্ন: ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীর্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।
    উত্তৰ: মুণ্ডক।
  18. প্রশ্ন: ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্ত কি?
    উত্তৰ: ম’ৰা চৰাই আৰু বাঘ।
  19. প্রশ্ন: ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
    উত্তৰ: ৰাষ্ট্ৰপতি।
  20. প্রশ্ন: ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল কোন?
    উত্তৰ: সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।
  21. প্রশ্ন: ভাৰতৰ প্রথম আই. পি. এচ. বিষয়া গৰাকী কিন?
    উত্তৰ: কিৰণ বেদী (১৯৭২)।
  22. প্রশ্ন: ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
    উত্তৰ: (Date not provided)
  23. প্রশ্ন: কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?
    উত্তৰ: গদাধৰ সিংহ; ১৬৯৪ চনত।
  24. প্রশ্ন: মূলা গাভৰুৰ স্বামীৰ নাম কি?
    উত্তৰ: ফ্ৰাচেনমুং বৰগোহাঁই।
  25. প্রশ্ন: অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?
    উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহ।
  26. প্রশ্ন: নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?
    উত্তৰ: শুক্লধ্বজ।
  27. প্রশ্ন: কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?
    উত্তৰ: হিউৱেন চাঙক।
  28. প্রশ্ন: বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?
    উত্তৰ: ১৬৭১ চনত।
  29. প্রশ্ন: অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?
    উত্তৰ: ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।
  30. প্রশ্ন: কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্রোহ হৈছিল?
    উত্তৰ: স্বৰ্গদেউ লক্ষ্মীসিংহ।
  31. প্রশ্ন: মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?
    উত্তৰ: ১৮৫৮ চনত।
  32. প্রশ্ন: হাজোৰ পোৱামক্কা কোনে সজাইছিল?
    উত্তৰ: গিয়াচুদ্দিন আউলিয়া।
  33. প্রশ্ন: ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?
    উত্তৰ: শৰাইঘাট দলং। ১৯৬২ চনত।
  34. প্রশ্ন: অসমৰ প্ৰথম লোেক আদালত ক’ত স্থাপন হৈছিল?
    উত্তৰ: হাজোত।
  35. প্রশ্ন: অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?
    উত্তৰ: মিছন প্ৰেছ, শিৱসাগৰ।
  36. প্রশ্ন: অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?
    উত্তৰ: সৰ্থেবাৰী (বৰপেটা)।
  37. প্রশ্ন: ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
    উত্তৰ: প্ৰমত্ত সিংহই।
  38. প্রশ্ন: কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?
    উত্তৰ: গদাধৰ সিংহ; ১৬৯৪ চনত।
  39. প্রশ্ন: মূলা গাভৰুৰ স্বামীৰ নাম কি?
    উত্তৰ: ফ্ৰাচেনমুং বৰগোহাঁই।
  40. প্রশ্ন: অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?
    উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহ।
  41. প্রশ্ন: নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?
    উত্তৰ: শুক্লধ্বজ।
  42. প্রশ্ন: কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?
    উত্তৰ: হিউৱেন চাঙক।
  43. প্রশ্ন: বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?
    উত্তৰ: ১৬৭১ চনত।
  44. প্রশ্ন: অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?
    উত্তৰ: ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।
  45. প্রশ্ন: কোন আহোম ৰজাৰ দিনত প্রথম মোৱামৰীয়া বিদ্রোহ হৈছিল?
    উত্তৰ: স্বৰ্গদেউ লক্ষ্মীসিংহ।
  46. প্রশ্ন: মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?
    উত্তৰ: ১৮৫৮ চনত।
  47. প্রশ্ন: ছশ বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বর্ণাঢ্য অধ্যায়। সুধিব খুজিছো কোনজন আহোমৰজাই পোন প্রথমে হিন্দু ধর্ম গ্রহণ কৰিছিল?
    উত্তৰ: চুহুংমুং।
  48. প্রশ্ন:হস্তী বিদ্যাৰ্ণৰ’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
    উত্তৰ: সুকুমাৰ বৰকাইথ।
  49. প্রশ্ন: অসম প্রদেশ কংগ্রেছ কমিটিৰ প্ৰথম সভাপতি কোন?
    উত্তৰ: তৰুণৰাম ফুকন।
  50. প্রশ্ন: কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?
    উত্তৰ: ১৯৭৮ চনত।