Skip to content
অসম বুৰঞ্জী কুইজ
- আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
- চুলিকফা (ৰত্নধ্বজ সিংহ) ৷
- শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?
- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷
- ৰংঘৰ কোনে সজাইছিল ?
- স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত) ৷
- অসমৰ প্ৰাচীন নাম কি ?
- কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
- চীনা পৰিব্ৰাজকজনৰ নাম কি ?
- ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
- আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷
- আহোমসকলৰ আদি ৰজা কোন আছিল ?
- আহোমৰ শেষ ৰজাজনৰ নাম কি ?
- আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
- আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
- ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷
- কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ?
- শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?
- মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
- ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷
- আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল ?
- চুকাফা ৷ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল ৷
- হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ?
- কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?
- অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?
- কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?
- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে) ৷
- কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?
- কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷
- কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
- শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
- শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?
- ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
- স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৷
- স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল ?
- নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল ?
- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷
- আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল ?
- বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল ?
- কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?
- মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ?
- বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?
- বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল ?
- অসমত হিন্দু ধৰ্মৰ প্ৰচাৰ কাৰ দিনত আৰম্ভ হৈছিল ?
- মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দিনত ৷
- আহোমসকল কোন ভাষাত কথা পাতিছিল ?
- ৰাজমোহন নাথ কোনবিধ গ্ৰন্থৰ লেখক ?
- অসমত কিমানসংখ্যক সৰভোগ শাসক আছিল ?
- গৌহাটি উচ্চ বিদ্যালয় কোন বছৰত স্থাপন কৰা হৈছিল ?
- অসমত চাহ উৎপাদনৰ আৰম্ভণি কোন সময়ত হৈছিল ?
- আহোমসকলৰ মুকুট কে’ত সংৰক্ষণ কৰি ৰাখিছিল ?
- ‘অজানা দেশ’ পুথিখন কোনে লিখিছিল ?
- কোনজন আহোম ৰজাই ‘আৰুণোদয়’ গীত ৰচনা কৰিছিল ?
- স্বৰ্গদেউ পৃথ্বীন্দ্ৰ সিংহই ৷
- অসমৰ পূৰ্বৰ নাম ‘কামৰূপ’ কোনে দিছিল ?
- মহাৰাজা নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল ?
- অসমৰ ইতিহাসত প্ৰথম জনজাতি বিদ্ৰোহ কোনে নেতৃত্ব দিছিল ?
- অসমৰ কোন ৰজাই গুৱাহাটীত কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল ?
- কোনজন আহোম ৰজাই অসমৰ সমাজত সংস্কাৰ আনিছিল ?
- গোহাঞি কোন আহোম ৰজাৰ উপাধি আছিল ?
- কোনবছৰত শিৱসাগৰ জিলাৰ সৃষ্টি হৈছিল ?
- বৰদোৱা সত্ৰ কোনে স্থাপন কৰিছিল ?
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱই ৷
- ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?
- বিষ্ণুৰাম মেধি (তামিনাডুৰ)।
Related Posts: