বানপানী সাহায্য বিচাৰি আবেদন
প্রতি,
মাননীয় উপাযুক্ত মহোদয়,
জিলাঃ
তাৰিখ:
বিষয়: বানপানীৰ সাহায্য বিচাৰি আবেদন
মহাশয়,
সম্মানসহকাৰে জনাওঁ যে, আমি____________ জিলাৰ অন্তর্গত _______________গাঁৱৰ অতি দুখীয়া (দৰিদ্র) পৰিয়ালৰ বাসিন্দা হওঁ। আমাৰ গাঁওখন প্ৰথমবাৰৰ বাবে অতি বেয়াকৈ বানত বিধবস্ত হৈছে । ফলত আমি উপযুক্ত খাদ্য আৰু পানীৰ অভাৱত ভুগিছো, লগতে শিশু আৰু বৃদ্ধসকল নানানটা বেমাৰত আক্ৰান্ত হৈছে।
গতিকে, মহোদয়ে দয়া কৰি আমাৰ অঞ্চলটি উপযুক্ত খাদ্য, পানী, চিকিৎসা আৰু ক্ষয়-ক্ষতিৰ বাবে সাহায্যৰ ব্যৱস্থা কৰে যেন।
ইতি
আপোনাৰ বিশ্বাসী
গাওঁৰ ৰাইজৰ হৈ:-