ছুটি বিচাৰি আবেদন

ছুটি বিচাৰি আবেদন

প্ৰতি,

মাননীয় প্ৰধান শিক্ষক মহোদয় 

_____________হাই স্কুল, বৰঙাবাৰী

তাৰিখ-__/___/_____

বিষয়- ছুটি বিচাৰি আবেদন ৷

(শ্ৰেণী শিক্ষকৰ জৰিয়তে)

    মহোদয়, 

               সন্মান পূৰ্বক বিনীত নিবেদন  এই যে আজি মই  চতুৰ্থ উপাংশ পাছত ঘৰলৈ যাব বিচাৰিছো  কাৰণ আজি  মোৰ মোৰৰ বিষৰ বাবে  অশান্তি লাগি আছে সেয়েই  দয়ালু মহোদয় উক্ত সময় খিনি  ছুটি মনজুৰি কৰে যেন। এইয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

ইতি

আপোনাৰ একান্ত বাধ্য ছাত্ৰ 

নাম_____________________

শ্ৰেণী________________

ৰোল নং___________

Scroll to Top