অৰ্ধ ছুটি বিচাৰি আবেদন

অৰ্ধ ছুটি বিচাৰি আবেদন

প্ৰতি,

মাননীয় প্ৰধান শিক্ষক

………………….……… বিদ্যালয় (বিদ্যালয় নাম)

তাৰিখ :……………

বিষয় : ছুটি বিচাৰি আবেদন 

(শ্ৰেণী শিক্ষকৰ জৰিয়তে)

মহাশয়,

বিনতী পূৰ্বক নিবেদন এই যে, মোৰ _____________ হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিবৰ বাবে অসমৰ্থ হৈছোঁ। গতিকে, দয়ালু মহোদয়ে দয়া কৰি দুই বা চাৰি পিয়দৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰে যেন। এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।

ইতি –

আপোনাৰ একান্ত বাধ্য ছাত্ৰ

নাম :___________________

শ্ৰেণী:___________________

ৰোল নং:______________

Scroll to Top