অসমৰ চাকৰি খবৰৰ বাবে উপযুক্ত উৎস: CareerAssam.Org
অসমত চাকৰি বিচাৰি থকা প্ৰত্যেকেই সদায় “অসমৰ চাকৰি খবৰ“ সন্ধান কৰে। এই লেখাটোত আমি অসমৰ সকলো চাকৰিৰ খবৰ, চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ জাননী, আৰু আৱেদন কৰাৰ নিয়ম সম্পৰ্কে বিস্তাৰিত তথ্য দিয়াৰ চেষ্টা কৰিম।
অসমত চাকৰি সন্ধান কৰাৰ বাবে উপযুক্ত স্থান
অসমত চাকৰিৰ জাননী পাবলৈ বহুতো উৎস আছে, কিন্তু CareerAssam.Org এক বিশেষ পৰিসেৱা আগবঢ়ায়।
আমাৰ ওয়েবচাইটত আপোনাক তলত উল্লেখ কৰা সকলো ধৰণৰ জাননী সহজে পোৱা যায়:
- চৰকাৰী চাকৰি: অসম চৰকাৰৰ অধীনত APSC, DHS, PNRD, TET, ADRE, SSC, UPSC, Police, Army আদি সমস্ত চাকৰিৰ আপডেট।
- বেচৰকাৰী চাকৰি: বেংক, IT কোম্পানী, আৰু অন্যান্য ব্যক্তিগত ক্ষেত্ৰত খালী পদৰ তালিকা।
- শিক্ষা ক্ষেত্ৰৰ চাকৰি: শিক্ষকৰ পদ, বিশ্ববিদ্যালয়ৰ খালী পদ, আৰু স্কুল ভিত্তিক চাকৰি।
- প্ৰশিক্ষণ আৰু ইন্টাৰ্ণশ্বিপ: নতুন প্ৰজন্মৰ বাবে প্ৰশিক্ষণ আৰু ইন্টাৰ্ণশ্বিপৰ সুবিধা।
সাম্প্ৰতিক অসমৰ চাকৰিৰ খবৰ
⦿ অসম আৰক্ষীৰ চাকৰি ২০২৫:
⦿ অসম স্বাস্থ্য বিভাগৰ খবৰ:
⦿ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰি:
পৰিসৰ পৰা প্রতিদিন নতুন আপডেট পাই থকাটো অত্যন্ত সহজ।
কেনেকৈ আবেদন কৰিব?
- Googleত CareerAssam.Org Search কৰক।
- CareerAssam.Org লৈ যাওক।
- পছন্দৰ চাকৰিৰ শিৰোনামা ক্লিক কৰক।
- আৱেদন কৰা লিংকত ক্লিক কৰি নিজৰ তথ্য পূৰণ কৰক।
- প্ৰতিদিন আপডেট পোৱাৰ বাবে নতুন চাৰ্চ বুটন ব্যৱহাৰ কৰক।
চাকৰিৰ বাবে প্ৰয়োজনীয় নথি
আৱেদন কৰাৰ সময়ত তলৰ নথিসমূহ সজাই থোৱা উচিতঃ
- বৈধ শিক্ষাগত নথি
- চাৰ্টিফিকেট আৰু মার্কশ্বিট
- পঞ্জীয়নৰ নথি
- অভিজ্ঞতাৰ প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য)।
- ইয়াৰ উপৰিও বহু ধৰনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়, সেই সকলো তথ্য প্ৰতিটো চাকৰিৰ খবৰত উল্লেখ থাকে…
কেনেকৈ “CareerAssam.Org” য়ে আপোনাৰ সহায় কৰিব?
আমাৰ ওয়েবচাইটে সকলো চাকৰিৰ খবৰ সময়মতে আপোনালৈ পঠিয়ায়। লগতে বিশেষ Assamese Mock Test আৰু আৱেদন পূৰণৰ সহায়ৰ ফিচাৰ উপলব্ধ।যদি আপুনি কোনো চাকৰিৰ জাননী ৰিয়েলটাইমত পাব বিচাৰে তেন্তে আমাৰ whatsapp চেনেলত যোগদান কৰক, য’ত আমি প্ৰতিটো জাননী ৰিয়েল টাইমত শ্বেয়াৰ কৰো।
অসমৰ চাকৰি খবৰ Whatsapp Group Link>> Career Assam
- Whatsapp গ্রুপত Join কৰক।
- প্ৰতিদিনৰ আপডেট পাই থাকিবলৈ আমাৰ Website Bookmark কৰক।
অসমৰ প্ৰতিজন চাকৰি সন্ধানকাৰীৰ বাবে CareerAssam.Org হৈছে এক উত্তম মঞ্চ। সকলো নতুন চাকৰিৰ আপডেট, আৱেদনৰ নিয়ম, আৰু প্ৰয়োজনীয় সহায় পাবৰ বাবে আজি আমাৰ সৈতে যুক্ত হওঁক।