পদত্যাগ পত্র Ex 1
Table of Contents
তাৰিখ: ___/___/2025
প্ৰতি,
মাননীয় পৰিচলক মহোদয়
[কোম্পানীৰ নাম]
[ঠিকনা]
বিষয়: পদত্যাগৰ বাবে আবেদন
শ্ৰদ্ধেয় [ব্যৱস্থাপকৰ নাম] মহোদয়/মহোদয়া,
ইয়াৰ যোগে মই আপোনাক অৱগত কৰিব বিচাৰিচো যে, মই [আপোনাৰ পদ] পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছোঁ। ব্যক্তিগত বা ব্যৱসায়িক কাৰণৰ বাবে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰ পদত্যাগ পত্রখন [আপোনাৰ শেষ কাৰ্যদিবসৰ তাৰিখ লিখক]-ৰ পৰা কার্যকৰী হ’ব।
মই আপোনাৰ অধীনত কাম কৰি আনন্দিত আৰু গৰ্বিত অনুভৱ কৰিছোঁ। এই সময়ছোৱাত আমি একেলগে কাম কৰি যি অভিজ্ঞতা আৰু জ্ঞান সঞ্চয় কৰিবলৈ সক্ষম হৈছোঁ, তাৰ বাবে মই কৃতজ্ঞ।
মই বিশ্বাস কৰোঁ যে কোম্পানী আগলৈকে সফলতাৰে আগবাঢ়ি যাব। আপোনাক আৰু কোম্পানীক আগন্তুক দিনত অধিক সফলতাৰ কামনা কৰিছোঁ। যদি মোৰ ত্যাগৰ আগত কোনো কাম সম্পূৰ্ণ কৰাৰ প্ৰয়োজন থাকে, অনুগ্ৰহ কৰি মোক অৱগত কৰিব।
আপোনাৰ সহযোগ আৰু সমৰ্থনৰ বাবে পুনৰ এবাৰ ধন্যবাদ।
শ্ৰদ্ধাসহ,
[আপোনাৰ সম্পূৰ্ণ নাম]
[আপোনাৰ পদ]
[যোগাযোগ নম্বৰ]
[ই-মেইল]
চাকৰিৰ পৰা অব্যাহতি বিচাৰি আবেদন Ex 2
প্ৰতি,
মাননীয় পৰিচলক মহোদয়
[কোম্পানীৰ নাম]
[ঠিকনা]
তাৰিখ: ………………..
বিষয়: কৰ্তব্যৰ পৰা অৱ্যাহতি দিয়াৰ বাবে আবেদন।
মহাশয়,
বিনীতভাৱে জনাইছোঁ যে মোৰ কিছুমান এৰাব নোৱাৰা পাৰিবাৰিক আৰু ব্যক্তিগত কাৰণত মই মোৰ বৰ্তমান পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে। সেয়েহে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে মোক ………… তাৰিখৰ ভিতৰত কৰ্তব্যৰ পৰা অৱ্যাহতি দিয়াৰ অনুমতি প্ৰদান কৰিব।
ইয়াৰ লগতে, মোৰ দৰমহা আৰু ভাত্তাসংক্রান্ত সকলো পৰিশোধ উক্ত তাৰিখৰ পূৰ্বে মীমাংসা কৰি দিবলৈ অনুৰোধ জনালোঁ।
মই এই প্ৰতিষ্ঠানত কাম কৰাৰ সময়ত যি অভিজ্ঞতা আৰু সুযোগ লাভ কৰিছোঁ, তাৰ বাবে আপোনালোকৰ প্ৰতিশ্ৰুতি আৰু সহযোগৰ বাবে কৃতজ্ঞ।
আপোনাৰ সুপ্ৰসন্ন বিবেচনা আৰু সহানুভূতিৰ বাবে আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আপোনাৰ বিশ্বাসী,
[শ্ৰী …………………..]
[আপোনাৰ পদ]
[যোগাযোগ নম্বৰ]
[ই-মেইল]
- NEEPCO Apprentice Recruitment 2025 – 135 Posts, Online ApplyOverview of NEEPCO Apprentice Recruitment 2025 North Eastern Electric Power… Read more: NEEPCO Apprentice Recruitment 2025 – 135 Posts, Online Apply
- CISF Recruitment 2025: 1161 Constable/Tradesmen VacanciesThe Central Industrial Security Force (CISF) has announced a recruitment… Read more: CISF Recruitment 2025: 1161 Constable/Tradesmen Vacancies
- CISF Constable Driver Recruitment 2025: 1124 VacanciesCISF Constable Driver Recruitment: The Central Industrial Security Force (CISF)… Read more: CISF Constable Driver Recruitment 2025: 1124 Vacancies
- Assam Veterinary Recruitment 2025: 445 Veterinary Field Assistant PostsThe Animal Husbandry and Veterinary Department, Assam, has announced a… Read more: Assam Veterinary Recruitment 2025: 445 Veterinary Field Assistant Posts
- ADRE 2.0 Result & Cut-offADRE 2.0 Result Post Name Grade-III and Grade-IV Vacancies 12,673… Read more: ADRE 2.0 Result & Cut-off